সত্যতা নিৰূপনঃ ব্যংগাত্মক লেখা এটাকেই কেলিফোৰ্ণিয়াত মুকলিত শৌচ কৰা সন্দৰ্ভত প্ৰণয়ন কৰা নতুন আইন বুলি প্ৰচাৰ কৰা হৈছে

0 478

এটা বাতৰিৰ উজAn image of a news clip stating that the California Governor has passed a law to deal with open defecation is doing rounds on social media. The article claims that California will institute alternate side of the street pooping.

The title of the purported news clip reads, “California Enacts Alternate Side of the Street Pooping.” The report further reads, “In a drastic measure, Governor Newsom has declared that California will institute alternate side of the street pooping. California, known as the excrement capitol of the USA, took the measures in a hope to lessen the risk of the coronavirus. In certain areas of San Francisco, the situation is extremely dire and the crap is 6 inches deep.”

The post is widely being shared with the caption that reads, “Different Country, Different solutions. In 1st World USA, the different sites will be identified for Pooping. In 3rd world INDIA, we building Toilets. But wait, Congress, Intellectuals were laughing at Modi and felt its not a great work.”

পোষ্টটো ইয়াত পাব

সত্যতা নিৰূপন

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এয়া ব্যংগাত্মক সৃষ্টি বুলি নিশ্চিত কৰে।

 

আমি শিৰোনামটো ব্যৱহাৰ কৰি অনুসন্ধান কৰাত মেডহাউছ মেগাজিন নামৰ ৱেবছাইটটোত প্ৰকাশিত বাতৰিটো পালো।

তাত থকা আমাৰ সবিশেষ শিতানত উল্লেখ আছে-   “ ঘোষণা, ব্যংগখিনি অতি সুন্দৰ। আৰু এয়া সুন্দৰকৈ সজোৱা আছে। আমি মেড হাউছ মেগাজিনত বেছিকৈ, বঢ়াই লিখা আৰু সম্পূৰ্ণ কল্পনাপ্ৰসূত লেখনি আগবঢ়াও, যাৰ দ্বাৰা কাৰো হানি নহয়। সৰ্বস্বত্ব মেডহাউছ মেগাজিন ২০২০ৰ দ্বাৰা সংৰক্ষিত। ইয়াত উল্লেখ থকা নাম, চৰিত্ৰ, ব্যৱসায়, ঘটনা-দুৰ্ঘটনাৰ সৈতে বাস্তবত কাৰো সৈতে মিল নাই। কোনো জীৱিত বা মৃত ব্যক্তিৰ সৈতে সম্পৰ্ক থাকিলে ই নিতান্তই কাকতালীয়।    !!!!”

আমি ভাইৰেল পোষ্টটোত উল্লেখ কৰাৰ দৰে তেনে কোনো বাতৰি লাভ নকৰিলো। ইয়েই প্ৰামাণ কৰে, ব্যংগাত্মক ৱেূছাইট এটাৰ বাচতৰিকেই সত্য বাতৰি বুলি ভাইৰেল কৰা হৈছে। ।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক