খেৰৰ ওপৰত এজন বৃদ্ধ ৰোগী শুই থকা এই ভাইৰেল হোৱা ফটোখন ভাৰতৰ নহয়; সত্য জানিবলৈ পঢ়ক

0 150

খেৰৰ ওপৰত শুই থকা বৃদ্ধ ৰোগীৰ এখন ভাইৰেল ফটো ভাৰতৰ বুলি দাবী কৰা হৈছে
“5 #ट्रिलियन अर्थव्यवस्था वाले विश्वगुरु #देश की स्मार्टसिटी के #एम्स #हॉस्पिटल में #तथाकथित 56 इंची प्रधानमंत्री के #शासन में मरीजों को VIP #ट्रीटमेंट। #अगर #अब भी थोड़ी सी #शर्म बची है तो चुल्लू #भर पानी में #डूब मरो अंधभक्तों,” a Facebook caption read.

ফে’চবুকত প্ৰচাৰিত ফটোখনৰ কেপচনত লিখা আছিল- “৫5 # ত্ৰিলিয়ন অৰ্থব্যবস্থাৰ কথা কোৱা বিশ্বগুৰু#দেশৰ স্মাৰ্ট চিটিৰ #এইমচ#হাস্পতালত#তথাকথিত ৫৬ ইঞ্চিৰ প্ৰধানমন্ত্ৰীৰ#শাসন কালত ৰোগীৰ VIP#চিকিত্সা। #যদি #এতিয়াও অলপো#লাজ আছে তেন্তে এছলু # পানীত ডুবি মৰা#অন্ধ ভক্তসকল,”

(A Rough translation: VIP treatment being given to patients under the governance of the so-called 56 inches Prime Minister at AIIMS Hospital of Smart City of the country having 5 trillion economy. If there is still a little bit of shame left, then blind devotees (of the Prime Minister) should drown in water and die.)

Here’s the link to the above post.
উল্লিখিত পোষ্টটোৰ লিংক ইয়াত আছে

FACT CHCEK
NewsMobile fact-checked the post and found it to false and misleading.
সত্য নিৰূপন
We ran the image through Google reverse image search and found it on a website named Rajdhani Daily which is a Nepali news portal.

এই ফটোখন সন্দৰ্ভত আমি গুগুলৰ জৰিয়তে অনুসন্ধান আৰম্ভ কৰিলো। গুগুল ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ জৰিয়তে অনুসন্ধান কৰাৰ অন্তত জানিবলৈ পোৱা গ’ল ফটোখন প্ৰচাৰ হৈছিল ৰাজধানী ডেইলি নামৰ নেপালৰ এটা ৱেব ছাইটত।

The headline read, “परालमा सुताएर स्लाइन दिइएको ७७ वर्षिय राईको अवस्था यस्तो छ”

ফটোখনৰ শিৰোনাম আছিল- ৭৭ বছৰীয়া ৰায়ৰ অবস্থা এয়া, খেৰৰ ৱিচনাত দিয়া হৈছে শুবলৈ।

A rough translation of the above headline from Nepali to English: This is the condition of 77-year-old Rai, who was given a line lying on a straw.

According to the report, the picture is of 77-year-old Ram Bahadur Rai, a resident of Chichila, Khartamchha, Shadananda Municipality-3, Bhojpur, was given tap water on a straw bed.”
প্ৰাপ্ত তথ্য অনুসৰি এই খেৰৰ বিচনাত শুবলৈ দিয়া এই ফটোখন ভোজপুৰৰ সদানন্দ পৌৰ নিগমৰ অন্তৰ্গত খাৰ্টামচাৰ চিচিলাৰ ৭৭ বছৰীয়া ৰাম বাহাদুৰ ৰায় নামৰ লোকজনৰ।
We found the same image on a website named Manaslu Post which is another Nepali news portal.
একেখন ফটোই আন এক নেপালী পোৰ্টেল মানাচলু পোষ্টৰ ৱেব ছাইটতো পাইছিলো।


Similar news reports containing the picture were found on Nepal Post and Buddha Bhumi Nepal websites.

নেপাল পোষ্ট আৰু বুদ্ধভূমি নেপালৰ ৱেব ছাইটতো একেটা বাতৰি প্ৰকাশ হৈছিল।

Moreover, a Canada based charity named Innovativecommunities.org Foundation (ICO) also shared this image on their Facebook page while mentioning that it is from Nepal.

ইয়াৰোপৰি ইনোভেটিভ কমিউনিটিচ ডট অৰ্গ (Innovativecommunities.org Foundation ICO) নামৰ কানাডাৰ এটা বেচৰকাৰী সংস্থায়ো তেঁওলোকৰ ফে’চবুক পে’জত এই ফটোখন প্ৰকাশ কৰিছিল।

Hence, based on the above information, it is clear that the image is from Nepal and is being shared with a false and misleading claim that it is from India.
এই তথ্যসমূহ বিশ্লেষণৰ অন্তত দেখা গ’ল ফটোখনত লিখা কথাখিন সম্পূৰ্ণ ভিত্তিহীন যিহেতু ফটোখন নেপালৰ। ভাৰতৰ এখন ফটো বুলি প্ৰচাৰ কৰাৰ ই এখ অপচেষ্টা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799