নেতাজীৰ সহোগীৰ সৈতে তোলা প্ৰধানমন্ত্ৰী মোদীৰ পুৰণি ফটো এখন শেহতীয়াকৈ তোলা ফটো বুলি প্ৰচাৰ হৈছে

0 162

After Prime Minister Narendra Modi visited Kolkata on the 125th birth anniversary of Netaji Subhash Chandra Bose, a picture is being shared on social media where he can be seen touching the feet of an elderly man.
শেহতীয়াকৈ ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকীৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদী কলকাতালৈ গৈছিল।পৰবৰ্তী সময়ত সামাজিক মাধ্মত এখন বিশেষ ফটো ভাইৰেল হৈছিল। ফটোখনত প্ৰধানমন্ত্ৰী মোদীয়ে এজন বয়োজ্যেষ্ঠ লোকৰ ভৰিত ধৰি আছিল।
It is being claimed that this photo was taken on January 23, 2021, when PM Modi touched the feet of ‘Shri Nizamuddin’, Netaji’s driver and bodyguard. Further, it is being said that Nizamuddin was living in extreme poverty but PM Modi found him and made sure he lived a comfortable life.
ফটোখন দিয়াৰ লগতে এয়াও দাবী কৰা হৈছিল যে ফটোখন প্ৰধানমন্ত্ৰীয়ে ২০২১ চনৰ ২৩ জানুৱাৰীৰ দিনা এসময়ৰ নেতাজীৰ গাড়ীচালক আৰু দেহৰক্ষী শ্ৰী নিজামুদ্দিন নামৰ লোকজনৰ ভৰি চুই আশীৰ্বাদ লোৱাৰ সময়ত তোলা। লগতে ইয়াকো লিখা হৈছিল যে নিজামুদ্দিনৰ অৰ্থনৈতিক অবস্থা অতি শোচনীয় আছিল আৰু প্ৰধানমন্ত্ৰীয়ে তেঁওক বিচাৰি উলিয়াই তেঁওৰ সুন্দৰ ভৰণ পোষণ নিষ্চিত কৰিছিল।
The caption of the picture read, ‘विनम्रता : यह तसवीर २3 जनवरी 2021 की है। श्री निजामुद्दीनजी के चरण स्पर्श करते प्रधानमंत्री नरेन्द्र मोदी. निजामुद्दीनजी नेताजी सुभाषचंद्र बोस के ड्राइवर तथा बॉडी गार्ड थे इतिहास के पन्नों में खोया यह शख्स. बेहद गरीबी में जी रहा था. आज उनकी खोज करके उन्हें पर्याप्त सम्मान दिया’
ফটোখনৰ কেপচনত লিখা আছিস- বিনয়েৰে: এই ফটোখন ২০২১ চনৰ ২৩ জানুৱাৰীত তোলা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী নিজামুদ্দিনৰ ভৰি চুই সেৱা কৰিছে। এসময়ত নেতাজী সুভাষ চন্দ্ৰ ৱসুৰ গাড়ীচালক তথা দেহৰক্ষী নিজামুদ্দিন ডাঙৰীয়া সময়ৰ সোঁতত পাহৰণিৰ গৰ্ভত হেৰাই গৈছিল। প্ৰধানমন্ত্ৰীয়ে তেঁওক বিচাৰি উলিয়াই উচিত সন্মান দিয়াৰ ব্যবস্থা কৰিলে।
(Translation- Humility: This picture is from 23 January 2021. Prime Minister Narendra Modi touching the feet of Shri Nizamuddinji. Nizamuddinji was the driver and bodyguard of Netaji Subhash Chandra Bose, this man lost in the pages of history. Was living in extreme poverty. Searching him today gave him enough respect)

:

More posts can be seen here, here, here and here.

FACT CHECK
NewsMobile fact-checked the above post and found the claim to be false.
সত্য নিৰূপনত পোষ্টটোত উল্লেখ কৰা কথাৱোৰ অসত্য ৱুলি প্ৰমাণিত হৈছে।
When we put the picture through Reverse Image Search, we found a video report by Aaj Tak on YouTube on May 9, 2014, featuring the same picture. The title of the video read, ‘Modi touches feet of a Muslim freedom fighter’.
ফটোখন সন্দৰ্ভত আমি অনুসন্ধান চলাই গুগুলত ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত পোহৰলৈ আহে প্ৰকৃত তথ্য।আমি ২০১৪ চনৰ ৯ মে’ৰ আজ টকৰ এটা ভিডিও ইউটিউৱত পালো। ইউটিউৱতো আমি একেখন ফটোৱেই দেখা পালো। ভিডিওটোৰ কেপচনত লিখা আছিল ‘ সোদীয়ে এজন মুছলমান বয়োজ্যেষ্ঠ মুক্তি যুঁজাৰুৰ ভৰি চুইছে’.

According to the video, the picture was taken at a time when Narendra Modi honoured Nizamuddin on the stage during an election rally in Varanasi. Nizamuddin, also known as ‘Colonel Nizamuddin’, was a member of Netaji Subhash Chandra Bose’s Azad Hind Army and he served as his guard and driver.
ভিডিওটোত প্ৰকাশ পোৱা অনুসৰি এই ফটোখন বাৰানসীৰ এখন নিৰ্বাচনী সভাৰ মঞ্চত নৰেন্দ্ৰ মোদীয়ে নিজামুদ্দিনক সম্ৱৰ্ধনা জনোৱাৰ সময়ত লোৱা হৈছিল।কৰ্ণেল নিজামুদ্দিন বুৱিও জনাজাত নিজামুদ্দিনে এসময়ত নেতাজী সুভাষ চন্দ্ৰ ৱসুৰ গাড়ীচালক আৰু দেহৰক্ষী হিচাপে কাম কৰিছিল।
We also found a report by The First Post dated May 9, 2014, with the same picture. The report stated that Narendra Modi honoured him by touching his feet when he came on stage during a rally.
দ্য ফাৰ্ষ্ট পোষ্টট ২০১৪ চনৰ ৯ মে’ৰ সংখ্যাত প্ৰকাশিত এটা বাতৰিও আমি পাইছিলো। বাতৰিটোত সভাৰ মঞ্চত নৰেন্দ্ৰ মোদীয়ে তেঁওৰ ভৰি চুই সন্মানিত কৰা বুলি কোৱা হৈছিল।

According to a report by Zee News, Nizamuddin died in Mubarakpur in Azamgarh in February 2017 and at that time he was 117 years old.
জি নিউজত প্ৰচাৰিত এটা ৱাতৰি অনুসৰি ২০১৭ চনৰ ফেব্ৰুৱাৰীত আজমগড়ৰ মোবাৰকপুৰত ১১৭ বছৰ বয়সত নিজামুদ্দিনৰ মৃত্যু হৈছিল।

On his demise in 2017, PM Modi shared the same photo and paid tribute to him.
তেঁওৰ মৃত্যুত ২০১৭ চনত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ সেই ফটোখনেই প্ৰচাৰ কৰি তেঁওৰ প্ৰতি শ্ৰদ্ধা যাঁচিছিল।
Tributes to Subhas Babu’s close associate, Colonel Nizamuddin. I recall my meeting with him. His demise is saddening. pic.twitter.com/9MxaIJuaAF

— Narendra Modi (@narendramodi) February 7, 2017
(সুভাষ বসুষ বিশ্বস্ত সহযোগী, কৰ্ণেল নিজামুদ্দিন। তেঁওৰ সৈতে হোৱা সেই সাক্ষাতৰ সময়খিনি সোঁৱৰিছো।তেঁওৰ মৃত্ুত আমি মৰ্মাহত।)

Therefore, the above information proves that the picture in question is old and is not recent.

সেয়ে ফটোখনৰ সৈতে উল্লেখ কৰা তথ্যখিনি ভুল কাৰণ ফটোখন শেহতীয়া নহয়, ৱহু পুৰণি।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
আপুনিও দি কোনো বাতৰিৰ সত্যতা নিৰূপন কৰিব বিচাৰে তেন্তে +91 11 7127 9799- এই নম্বৰত হোৱাটচএপ কৰক।