সত্যতা নিৰূপণঃ অৰবিন্দ কেজৰিৱালৰ সৈতে এইগৰাকী যুৱতী ‘টুলকীট’ বিতৰ্কত সাঙোৰ খোৱা নিকিতা

0 507


টুলকীটবিতৰ্কৰ পাছত দিল্লী আৰক্ষীয়ে সাম্প্ৰতিক কৃষক আন্দোলনৰ প্ৰচাৰক নিকিতা জেকবৰ বিৰুদ্ধে

গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে এগৰাকী যপবতীৰ এখন

ফটো ইণ্টাৰনেটত ভাইৰেল হৈছে। ফটোখনৰ যুবতীগৰাকী নিকিতা জেকব বুলি দাবী কৰা হৈছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে কেপচনেৰে সৈতে পোষ্টটো প্ৰচাৰ কৰিছিল। কেপচনটো ব্যৱধান কমি 

আহিছে, ‘টুলকীটগোচৰত পলাই থকা নিকিতা জেকব



উল্লিখিত পোষ্টটোৰ লিংক ইয়াত আছে। একেধৰণৰ পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত পাব

সত্যতা নিৰূপণ

উল্লিখিত পোষ্টটোৰ সত্যতা নিৰূপণ কৰাৰ পাছত এয়া অসত্য আৰু ভুৱা বুলি নিশ্চিত তথ্য পোৱা গৈছে।

আমি ফটোখনৰ উতিহাস বিচাৰি ৰিভাৰ্চ ইমেজ চাৰ্ছট দিলো আৰু প্ৰেৰণা ছাক্সেনা নামৰ এগৰাকী ফেচবুক

ব্যৱহাৰকাৰীৰ ১৬ ফেব্ৰুৱাৰীৰ এটা পোষ্ট পালো, পোষ্টটোত একেখন ফটো ব্যৱহাৰ কৰা হৈছে।  

ফটোখনৰ কেপচনত হিন্দীৰে লিখা আছেঃ ফটোখনত দেখা যুবতীগৰাকী অংকিতা শ্বাহ, মই এগৰাকী ভাল

ছোৱালী। বিজেপিৰ আই টি চেলে অংকিতা শ্বহৰ সৈতে তোলা অৰবিন্দ কেজৰিৱালৰ ফটোখনক নিকিতা

জেকবৰ বুলি কৈ অৰবিন্দ কেজৰিৱালৰ ব্যক্তিত্বত কালিমা সানিব বিচাৰিছে।


পাছত, এটা টুইটাৰ পোষ্টত আমি কমেণ্ট এটা পালো, তাত লিখা আছেএই ফটোখন অংকিতা শ্বাহৰ। ফেকুৰ দৰে মিছা তথ্য প্ৰচাৰ বকৰিবা।  


এই তথ্যৰে আমি অংকিতা শ্বাহৰ টুইটাৰ হেণ্ডেলত বিচাৰ কৰিলো। আৰু @Ankita_Shah8 নামৰ এটা টুইটাৰ একাউণ্ট পালো। একেখন ফটো 2019 27 ফেব্ৰুৱাৰীৰ সলনি কৰা প্ৰফাইল ফটোতো দেখা পালো।


প্ৰফাইল ফটোখনত লিখা আছিলঃ অত্যন্ত বিস্বস্ত অনুৰাগী!! অৰবিন্জ কেজৰিৱাল!! আপ নেচনেল

চিয়েল মিডিয়া টীম!! ইণ্ডিয়া।

নিউজ মোবাইলে শ্বাহকো সাক্ষাত্কৰি এই সন্দৰ্ভত সুধিছিল। তেঁও স্পষ্ট কৰি দিয়ে যে কেজৰিৱালৰ সৈতে

থকা যুবতীগৰাকী তেঁওৰেই।

ওপৰত উল্লেখ কৰা অনুসন্ধানে ফটোখনৰ যুবতীগৰাকী আপৰ সমৰ্থক অংকিতা শ্বাহৰ বুলি নিশ্চিত হয়।
 

পাছত, আমি বহু কেইটা বাতৰিৰ প্ৰতিবেদনত অধিবক্তা নিকিতা জেকব ফটোও দেখো। ভাইৰেল হোৱা ফটোখন নিকিতাৰ নহয় বুলি নিশ্চিত লো।


আৰু অধিক বাতৰি ইয়াত আৰু ইয়াত পঢ়ব পাৰিব।
সেয়ে, তথ্যসমূহৰ ওপৰত ভিত্তি কৰি আমি পাৰো যে দুয়োখন ফটোই বেলেগ আৰু নিকিতা জেকবৰ

সৈতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ফটো নাছিল।

আপুনিও যদি কোনো বাতৰি বা তথ্যৰ সত্তা নিৰূপন কৰিব বিচাৰে, তেন্তে +91 11 7127 9799- এই

নম্বৰত হোৱাটচএপ কৰক।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest News updates and viral videos on our AI-powered smart news