সত্যতা নিৰূপণ: বিজেপিয়ে সম নাগৰিক সংহিতা বা UCCৰ হকে ভোট দিবলৈ নাগৰিকৰ বাবে ফোন নম্বৰ মুকলি কৰিছে নেকি? সত্য জানিবলৈ পঢ়ক

0 1,397

সামাজিক মাধ্যমত এটা ফোন নম্বৰসহ মেছেজ এটা ভাইৰেল হৈ আছে, দাবী কৰা হৈছে যে 9090902024– নম্বৰটো বিজেপি চৰকাৰে প্ৰচলন কৰিছে। সম নাগৰিক সংহিতা বা Uniform Civil Code (UCC)ৰ সমৰ্থনত ভোট দিবলৈ এই নম্বৰটো ৰাইজৰ বাবে মুকলি কৰা হৈছে।

পোষ্টটোত আছে-যিসকল ভাৰতীয়ই সম নাগৰিক সংহিতা (UCC)প্ৰচলন কৰিব বিচাৰে সেইসকলে নিজৰ ৰায় দান কৰিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুদিনত ৪ কোটি মুছলমান আৰু ২ কোটি খ্ৰীষ্টধৰ্মীয়ে (UCC)ৰ বিপক্ষে ভোট দিছে। সেয়ে ৬ জুলাইৰ সময়সীমা পাৰ হোৱাৰ আগেয়ে সকলো হিন্দুৱে UCCৰ ৱিৰুদ্ধে 9090902024 এই নম্বৰত মিছকল দিয়ক আৰু দেশখন ৰক্ষা কৰক। আপোনাৰ কল ৰেকৰ্ড কৰা হব আৰু এয়া UCCৰ সপক্ষে মত বুলি গণ্য কৰা হব। অনুগ্ৰহ কৰি সকলো হিন্দুকে এই বাতৰি জনাই দিব। 9090902024 নম্বৰত মিছকল দিয়াসকললৈ অভিনন্দন। আপুনি দি এই মেছেজটো ১০০ জনলৈ প্ৰেৰণ কৰে সেয়া দেশৰ বাবে বৃহত্ অবদান হব।

 ওপৰৰ পোষ্ট টোৰ লিংক ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

We ran a keyword search on the number provided in the post and found the same number in a report by India Today dated May 31, 2023. The report mentioned that in the wake of the 2024 Lok Sabha elections, the Bharatiya Janata Party (BJP) launched a ‘missed call’ campaign to expand the party’s support base.

On searching further, we found a post by the official account of BJP on X (formally Twitter) dated June 29, 2023. The post was shared with the caption, “9 years…Of service, good governance and poor welfare! To join the ‘Jan Sampark Se Jan Samarthan’ campaign, give a missed call to 9090902024.”

We also found a press note by The Law Commission of India warning people against the fraudulent WhatsApp text, messages and calls being circulated regarding #UniformCivilCode.

Thus from the above fact check, it is clear that the viral post is false.

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest News updates and viral videos on our AI-powered smart news