সত্যতা নিৰূপণ: AI-ৰ দ্বাৰা প্ৰস্তুত কৰা এলন মাস্কৰ ফটোখন অনন্ত-ৰাধিকা আম্বানীৰ প্ৰাক-বিবাহ অনুষ্ঠানৰ সৈতে সাঙোৰা হৈছে

0 776

গুজৰাটৰ জাম নগৰত ১-৩ মাৰ্চত অনুষ্ঠিত হোৱা অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক-বিবাহ অনুষ্ঠানত বিশ্বৰবহু কেইগৰাকী স্বনামধন্য তাৰকা, চেলিব্ৰেটীয়ে অশ গ্ৰহণ কৰিছিল।এনে সময়তে ভাৰতীয় বিয়াত পৰিধান কৰা পৰম্পৰাগত সাজ পৰিহিত এলন মাস্কৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনৰ কেপচনত আছে: “অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক-বিবাহ অনুষ্ঠানত এলন মাস্ক।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

মূল শব্দ ব্যৱহাৰ কৰিগুগলত অনুসন্ধান কৰাত এলন মাস্ক  অনন্ত আৰু ৰাধিকাৰ প্ৰাক বৈবাহিক উত্সৱলৈ যোৱা সম্পৰ্কীয় কোনো বাতৰি লাভ নকৰিলো। অৱশ্যে ২ মাৰ্চ, ২০২৪ত প্ৰকাশিত এটা বাতৰি লাভ কৰিলো। তাৰ শিৰোনামত আছে: “কেৱল মাত্ৰ এলন মাস্ক নাই-  জামনগৰত অনন্ত আম্বানী- ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক বৈবাহিক উত্সবলৈ যোৱা মাৰ্ক জুকাৰবাগলৈ নেটিজেনৰ উষ্ম আদৰণি।

তাৰ পাছত ফটোখন AI analyzing tools (এআই এনালাইজিং টুল)ত দিয়াচ ফটোখন AIৰ দ্বাৰা প্ৰস্তুত কৰা বুলি জানিব পৰা গ’ল

 

এই তথ্যই প্ৰমাণ কৰে যে,ভাইৰেল ফটোখন প্ৰকৃত ফটো নহয়।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest News updates and viral videos on our AI-powered smart news