ৰবট এটাই সকলো ধৰণৰ কৃষি কাৰ্য কৰি থকা এটা ভিডিও সামাদিক মাধ্যমত ভাইৰেল হৈছে, এয়া সত্য ঘটনা বুলিও দাবী কৰা হৈচে।
ফেচবুকত প্ৰচাৰ কৰা ভিডিওটোৰ সৈতে কেপচনত লিখিছে: “চাওক, এয়াও আহি গ’ল…কেৰালাত, এয়া স্বীকৃত হ’বনে?”

ওপৰৰ পোষ্ট. (আৰ্কাইভ)টোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।
চীনৰ টিকটিকৰ সমকক্ষ ডয়ানসহ ৱাটাৰ কালাৰত ভিডিওটো প্ৰথম সন্নিবিষ্ট কৰা হৈছিল।

এই ডয়েন (Douyin) একাউণ্টটোত মনোৰঞ্জনৰ বাবে AI-ৰ দ্বাৰা নিৰ্মাণ কৰা বহু কেইটা ভিডিও আছে।ইয়াৰ ভিতৰত উল্লিখিত ভিডিওটোও আছে। একাউণ্টটোৰ মুৰব্বীয়ে ইয়াৰ ভিডিওবোৰ কৃত্ৰিম ভাবে সজোৱা বুলি উল্লেখো কৰিছে।

Wonder Dynamicsত থকাৰ দৰে এনে ধৰণৰ ভিডিও AI ৰ দ্বাৰা নিৰ্মাণ কৰা হয়। ইয়াত ৰৱটৰ দ্বাৰা বিভিন্ন কাৰ্য সম্পন্ন কৰাৰ ভিডিও সন্নিবিষ্ট কৰা হয়। ৱাণ্ডাৰ ডাইনামিকচে AIৰ দ্বাৰা নিৰ্মাণ কৰা বিভিন্ন ভিডিো প্ৰদৰ্শন কৰাত সহায় কৰে।
We are proud to introduce Wonder Studio.
An AI tool that automatically animates, lights and composes CG characters into a live-action scene. No complicated 3D software, no expensive production hardware—all you need is a camera.
Sign up for closed beta at https://t.co/QPyOVMjEAy pic.twitter.com/aHf2bLTsgZ
— Wonder Dynamics (@WonderDynamics) March 9, 2023
ইয়েই প্ৰমাণ কৰে যে ভাইৰেল হোবা ভিডিওটো সত্য নহয়, AIৰ দ্বাৰা নিৰ্মাণ কৰাহে।

