সত্যতা নিৰূপণ: ফটবল কিংবদন্তি ৰোণাল্ডোৱে শিশুসকলক খাদ্য পৰিবেশন কৰি থকা ফটোখন AI-ৰ দ্বাৰা নিৰ্মীত

0 113

ফুটবল কিংবদন্তি ক্ৰিষ্টিয়ানা ৰোণাল্ডোৰ এখন ফটো সামাজিক মাদ্যমত ভাইৰেল হৈছে। পেলেষ্টাইনৰ পাতাকাৰ ৰঙৰ উৰা কাপোৰ উৰি থকা ফটোখনত তেওঁক দুখীয়া পথ শিশুসকলক খাদ্য বিতৰণ কৰি থকা দেখা গৈছে।  

এখন ফটোৰ সৈতে লিখা আছে: “ক্ৰিষ্টিয়ানা ৰোণাল্ডোৱে ২ মিলিয়ন ডসলাৰতকৈও অধিক অনুদান গাজালৈ আগবঢ়াইছে। তেওঁ মানবতাৰ পতক্ষত থিয় দিছে। 

ওপৰৰ পোষ্টটো ইয়াত  (আৰ্কাইভ) পাব। আৰু  অধিক পোষ্ট ইয়াতইয়াত আৰু  ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি ফটোখন AIৰ দ্বাৰা নিৰ্মাণ কৰা বুলি প্ৰতিপন্ন কৰে।

আমাৰ দলে ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ দ্বাৰা অনুসন্ধান কৰাত এনে ধৰণৰ কোনো বাতৰি লাভ নকৰিলে। ৰোণাল্ডোৱেপথ শিশুক এনেদৰে খাদ্য ৱিতৰণ কৰিলে নিস্চিতভাবে সংবাদ মাদ্যমে বাতৰি প্ৰকাশ কৰিলেহেঁতেন।

প্ৰথম দৃষ্টিত ফটোখন সঁচা যেন লাগিলেও ভালদৰে পৰীক্ষা কৰিলে কেইবাটাও বৈসাদৃস্য দেখা যাব। ইয়ে ফটোখন কৃত্ৰিম ভাবে সজোৱা বুলি নিশ্চিত কৰে।

ফটোখন AI-detection tool — TrueMediaআৰু হাইভ মোডাৰেচনত দিয়াত আমাৰ দলে এই ফটোখন AI-ৰ দ্বাৰা নিৰ্মীত বুলি জানিব পাৰে।



সেয়ে এয়া স্পষ্ট হয় যে ক্ৰিষ্টিয়ানা ৰোণাল্ডোৱে শিশুসকলক খ্দ্য বিতৰণ কৰি থকা ফটোখন ডিজিটেম মাধ্যমেৰে সজোৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799